lexicography and lexical works of assamese dictionary abhije -...

16
িবান- িিবদাৰ সাৰৰ লেগ লেগ সমাজৰ নানা িদশৰ ওপৰত েহাৱা িবান- িৰ গেৱষণাই মানৱ সমাজৈল আম ল পিৰৱত! ন আিনবৈল স"ম ৈহেছ। মানৱ ভাষাসম হেৰা িবিভ’ কািৰকৰী ে"*ত তথ- িৰ ভাৱ ঘিটেছ। আ. এেন ফল1িতেতই তথ- িগত অিভধানসম হ ণীত ৈহ উিঠেছ। তথ য িৰ 6ত সাৰৰ িদনত 78কােৰ কািশত ব হৎ কেলৱৰৰ এখন অিভধানতৈক তথ- িগত অিভধান এখন যেথ< সহায়ক েহাৱাৰ বােব ই য েগাপেযাগী আ. জনিয়। িথৱীৰ অনান ভাষাৰ লগেত অসমীয়া ভাষােতা িবিভ’ মাধমত তথ- িগত অিভধান ণীত ৈহেছ। অসমীয়া ভাষাত ণীত তথ - িগত অিভধানসম হ ম লতঃ ?ই ধৰণৰক) অনলাইন বা ইAাৰেনট উপলB অিভধান আ. খ) ৈব?িতন অিভধান। ক) অনলাইন অিভধানখ) ৈব?িতন অিভধানউেCখেযাগ েয এখন সাধাৰণ ভািষক অিভধানৰ মাধম আ. তথ- িগত অিভধানৰ মাধম িভ’ েহাৱা বােব আমাৰ এই অধায়ত আেলাচ অিভধানসম হৰ মাজত অিভধানতািEক িদশ িবচাৰৰ ে"*ত ইিতমেধ কিৰ অহা অিভধানৰ গা থিনক িবচাৰৰ েকৱল অনগাথিনকেহ আেলাচনাৰ আওতাৈল অনা হ’ব। কাৰণ তথ- িগত এই অিভধানসম হত েকােনাধৰণৰ ব হৎগাথিন আ. বৰগাথিন েপাৱা নাযাব। ২০০৬ চনৰ ১০ মাচ! পৰা ইAাৰেনটত উপলB ৈহ উঠা ( ) হেছ িবLৰ সব!থম আ. এিতয়াৈলেক একমা* ইংৰাজী- অসমীয়া সতা ৰ বা অনলাইন অিভধান । েজN েপO’িলয়াম অিভযPা িবQম এম. ব.ৱাই এখন ইংৰাজী- অসমীয়া িSভািষক িSমখী ( অনলাইন অিভধানTেপ আৰU কৰা ল কVেটাত িপছৈল িবিভ’ ঠাইৰ বিেয় অংশ7হণ কিৰ 1 ‘World’s first online English Assamese dictionary launched’. Assam Tribune, 24 April.2006, late

Upload: others

Post on 30-Dec-2019

5 views

Category:

Documents


0 download

TRANSCRIPT

  • িব�ান- �যিুিবদ�াৰ �সাৰৰ লেগ লেগ সমাজৰ নানা িদশৰ ওপৰত েহাৱা িব�ান-

    �যিুৰ গেৱষণাই মানৱ সমাজৈল আমলূ পিৰৱত!ন আিনবৈল স"ম ৈহেছ। মানৱ ভাষাসমহূেৰা

    িবিভ' কািৰকৰী ে"*ত তথ�- �যুিৰ �ভাৱ ঘিটেছ। আ. এেন ফল1িতেতই তথ�- �যিুগত

    অিভধানসমহূ �ণীত ৈহ উিঠেছ। তথ� �যিুৰ 6ত �সাৰৰ িদনত 78কােৰ �কািশত বহৃৎ কেলৱৰৰ

    এখন অিভধানতৈক তথ�- �যিুগত অিভধান এখন যেথ< সহায়ক েহাৱাৰ বােব ই যেুগাপেযাগী আ.

    জনি�য়।

    পৃিথৱীৰ অন�ান� ভাষাৰ লগেত অসমীয়া ভাষােতা িবিভ' মাধ�মত তথ�- �যিুগত অিভধান

    �ণীত ৈহেছ। অসমীয়া ভাষাত �ণীত তথ�- �যিুগত অিভধানসমহূ মলূতঃ ?ই ধৰণৰ— ক)

    অনলাইন বা ইAাৰেনট উপলB অিভধান আ. খ) ৈব?�িতন অিভধান।

    ক) অনলাইন অিভধান—

    খ) ৈব?�িতন অিভধান—

    উেCখেযাগ� েয এখন সাধাৰণ ভািষক অিভধানৰ মাধ�ম আ. তথ�- �যিুগত অিভধানৰ

    মাধ�ম িভ' েহাৱা বােব আমাৰ এই অধ�ায়ত আেলাচ� অিভধানসমূহৰ মাজত অিভধানতািEক িদশ

    িবচাৰৰ ে"*ত ইিতমেধ� কিৰ অহা অিভধানৰ গাথঁিনক িবচাৰৰ েকৱল অনুগাঁথিনকেহ আেলাচনাৰ

    আওতাৈল অনা হ’ব। কাৰণ তথ�- �যুিগত এই অিভধানসমহূত েকােনাধৰণৰ বহৃৎগাঁথিন আ.

    বৰগাঁথিন েপাৱা নাযাব।

    ২০০৬ চনৰ ১০ মাচ!ৰ পৰা ইAাৰেনটত উপলB ৈহ উঠা ( ) ৈহেছ িবLৰ সব!�থম

    আ. এিতয়াৈলেক একমা* ইংৰাজী-অসমীয়া সতাৰঁ বা অনলাইন অিভধান । েজN� েপO’িলয়াম

    অিভযPা িবQম এম. ব.ৱাই এখন ইংৰাজী-অসমীয়া িSভািষক িSমুখী ( অনলাইন

    অিভধানTেপ আৰU কৰা মলূ �কVেটাত িপছৈল িবিভ' ঠাইৰ ব�িেয় অংশ7হণ কিৰ

    1‘World’s first online English Assamese dictionary launched’. Assam Tribune, 24 April.2006, late

  • 218 ।। ষN অধ�ায়

    েWXামলূকভােৱ কাম কিৰ আেছ। সYিত উZৰ- পূৱ ভাৰতৰ �ায়েবাৰ ভাষােক সামৰা উZৰ-

    পূব!া[লৰ ভাষােবাৰৰ বণ!না\ক, ব^ভািষক আ. ব^মাধ�ম সি'িব< অিভধান। অিভধানখনৰ

    সংেযাজক িবQম মিজ_াৰ ব.ৱাই অিভধানখনৰ �সংগত েৱবছাইটৰ হ’ম েপজৰ - ত

    িলিখেছ—

    বত!মানৈলেক অিভধানখনত উZৰ- পূব!া[লৰ ২৮ টা ভাষাক aান িদয়া ৈহেছ আ. মলূ

    ইংৰাজী-অসমীয়া শbৰ সমাথ!ক িহচােপ আন ভাষাৰ শbসমহূ অPভ!ু কৰা ৈহেছ। অিভধানখনত

    িডমাছা, কািব!, িমেতইলন, বাংলা, টাই, বেড়া, িমিচং, মাৰ, িতৱা, িহ_ী, খাছী, েদউৰী, কক- বৰক,

    িবeুপুৰী মিণপুৰী, গােৰা, নাগািমছ, িমজু (লছুাই), ছাকমা, আপাটািন, আও, ৰাভা, টানচাg�া, মনপা,

    িৰয়াং, েনপালী আিদ ভাষাৰ শbও বত!মান অPভ!ু কিৰ থকা ৈহেছ।

    অিভধানখনত অসমীয়া ভাষাৰ ৪২,৭৮৪ টা শb অPভ!ু ৈহেছ। ইয়াৰ বািহেৰও

    অিভধানখনত অিতিৰভােৱ পাঁচ শতািধক ফকৰা- েযাজঁনা আ. িবLেকাষৰ দেৰ খ�াতনামা ব�ি,

    aান, পুিথ, চলিj*, জীৱ-জk আিদৰ িবষেয়ও সিবেশষ তথ� অPভ!ু কৰাৰ ব�ৱaা কিৰেছ।

    অসমীয়া ভাষা- সািহত�ৰ লগত জিডত় েকােনা পিlতৰ �ত�" সহায় সহেযাগৰ অিবহেনই

    ১৬০০- েৰা অিধক সাধাৰণ অসমীয়া ভাষীৰ িবLেজাৰা সহেযািগতামলূক �েচ

  • অিভধানতE আ. অসমীয়া ভাষাৰ অিভধান।। 219

    ৈবিশ

  • 220 ।। ষN অধ�ায়

    ি�য়ংক)ু (2006 06

    English: betel nut (ˈbiːtəl ˈnə িবটল নাট) əˈriːkə ˈnə এিৰকা নাট)əˈriːkə ˈkætəˌ ʃuː;এিৰকা েকটচ)ু,

    তােমালপাণ ( tৱা ( িখিল ( তা|লু (

    गइ,

    tৱা,

    েকায়াই,

    মা মূ,

    তােমাল, tয়া, সুপাির, tবাক, তা|লু,

    অিভধানখনৰ গাঁথিনক িদশৰ িবচাৰ কিৰবৈল যাওেঁত অিভধানখনত �িৱি< এটাই �দান

    কৰা তথ�সমূহৰ আেলাচনা কিৰব লািগব। �িৱি

  • অিভধানতE আ. অসমীয়া ভাষাৰ অিভধান।। 221

    > শ > শংখ

    g > অg > অংগ

    (ঙ) গঞা, জীঞা আিদ শbৰ ‘ য়ঁ’ উjাৰণ েহাৱা শbত ‘ য়ঁ’ িদ িলখা হয়। xobdo ৰ

    অিভধানেতা ‘ য়ঁ’ উjািৰত শbত ‘ ঞ’ ৰ িবকেV ‘ য়ঁ’ িদও িলখা েদখা ৈহেছ। উদাহৰণ— িচঞৰ –

    িচয়ৰঁ, িচয়াঁহী, িজয়াঁ ইত�ািদ।

    .

    অিভধানখনত অPভ!ু কৰা �িৱি

  • 222 ।। ষ� অধ�ায়

    কিউটাৰ মিণটৰৰ পদ�াত সংেকত িদয়াৰ বােব ব�ৱহাৰ কৰা হাতৰ তলৱুাত খাপ েখাৱাৈক

    ৈতয়াৰী এক সজঁিুল

    03 2

    অিভধানখনত উে'খ কৰা (সংগ বা িশতানসমূহৰ িভতৰত কলা- সং,িৃত, ৰীিত- নীিত,

    িশ/- সািহত�, ধম�- িব0াস, বয়ন িশ/, অথ�নীিত- বািণজ�, গছ-লিতকা, ফল-ফলু, কীট- পতংগ,

    জীৱ-জ4, চৰাই- িচিৰকিট, েখল- েধমািল, উৎসৱ- পাব�ণ, েৰাগ- িচিকৎসা, নদ- নদী, পাহাৰ- পব�ত,

    ব�ি8- সং9া িব:ান- (যিু8, কিউটাৰ আিদ এেন ব=েতা িবভাগৰ (সংগৰ িনেদ�শ (দান কিৰেছ।

    অিভধানৰ েৱব েপজখনত Contexts List-ত শ?সমহূৰ িশতান বা (সংগসমূহক (ধানতঃ এইদেৰ ভাগ

    কিৰেছ—

    )

    .

    অিভধানখনত অBভ�ু8 কৰা সকেলা শ?েৰই ব�াকৰণগত তথ� (দান কিৰেছ। (িৱিCেটাৰ

    অথ�ৰ ব�াখ�া (দান কৰাৰ িঠক আগেতই বৰ বEনীৰ মাজত ইংৰাজীত ৈবয়াকৰিণক তথ�েটা সিFিবC

    কিৰেছ। েযেন—

    মাউত (

    হাতীক (িশHণ িদয়া আI চেলাৱা ব�ি8

    ি(য়ংকু) (2006 07

  • অিভধানতJ আI অসমীয়া ভাষাৰ অিভধান।। 223

    অিভধানখনত সংেযািজত েহাৱা ব�াকৰণগত তথ�সমহূ ৈহেছ পদৰ পিৰচয়, অব�য় শ?ৰ

    িনেদ�শ, বচন- িলংগ আিদ। পদৰ িভতৰত িবেশষ�, সব�নাম, িবেশষণ, িKয়ােকই (ধানৈক

    েদখুৱাইেছ। পদৰ বািহেৰও অব�য় আিদ অন�ান� শ?েবাৰেকা অিভধানখনত িনেদ�শ কিৰেছ।

    অিভধানখনত ব�ৱMত েহাৱা পদসমহূৰ সেক� ৰ েৱবছাইটত

    নােমেৰ পদসমহূৰ উদাহৰণৰ ৈসেত িনেদ�শ কিৰেছ। েসইেবাৰ ৈহেছ—

    Noun: n

    উদাহৰণNOেপ,

    িKয়া

    মাউখ বাE্ (ma.ukh bandh, IPA: ma.ukʰ bandʰ)

    লগ লাQ বা একR হ

    (েবাধ বৰা) (2011 07

    িবেশষণ

    অপদাথ� ( ɔ.pɔ ɹ.tʰɔ

    েকােনা কামত নহা বা অদৰকাৰী

    06

    কামৰ অেযাগ�, এেকা নজনা

    (েবাধ বৰা) (2010 12

    িবেশষ�

    আম

  • 224 ।। ষ� অধ�ায়

    ডাঙৰ িডUাকাৰ ফলৰ বােব েখিত কৰা VীW(ধান অXলৰ িচৰেসউজ এিবধ গছ ৷ ফলেবাৰৰ

    িনমজ বাকিল, ৰসাল সুগEী িশঠা আI ডাঙৰ আহঁয8ু Zিট থােক ৷

    03

    সব�নাম

    িসহতঁ ( ɔ̃

    ততৃীয় ব�ি8 ব=বচন

    03

    অন�ান� শ?

    আI ɹ

    [টা বাক�াংশ লগ লেগাৱা শ?

    03

    মই ভাত আI দাইল খােলা

    .

    অিভধানখনত (িৱিCৰ অথ�ৰ ব�াখ�াসমহূ (থেম ইংৰাজীত (দান কিৰেছ আI তাৰ তলেতই

    অসমীয়াত ব�াখ�া িদেছ। অথ�ৰ ব�াখ�া (দান কিৰবৈল যাওেঁত (েয়াজন বিুজ সং:া\ক আI

    বণ�নাধম�ী কিৰেছ।

    উদাহৰণNOেপ,

    বণ�না

    সR (xo.tro, IPA: xɔ ɹɔ

  • অিভধানতJ আI অসমীয়া ভাষাৰ অিভধান।। 225

    ৈব]ৱ ধম�ৰ (সাৰ আI চচ�াৰ বােব 9ািপত ধম�েHRসমূহ । সRসমহূ অসমৰ ৈব]ৱ প^াৰ

    এক অন�তম ৈবিশC� । অসমৰ সRসমহূ িশHা তথা কলা- সং,িৃতেৰা েক_9ান ।

    ৰাজীৱ কমুাৰ দ`) (2007 07 31

    কিউটাৰ ( ɔ ɹ

    .

    গণনা কিৰব পৰা এিবধ ৈব[�িতন আিহলা। এিবধ ৈব[�িতন আিহলা যাৰ সহায়ত গািণিতক

    আI েযৗি8ক কায��(ণালী িH(তােৰ কিৰব পািৰ অথবা িযেয় তথ� (ইনফেম�চb) সংসাধন

    ((’েচd) কিৰব অথবা সািঁচ থ’ব পােৰ।

    03

    সং:া

    অৱতল ( ɔ ɔ ɔ

    এটা বৃ̀ ৰ িভতৰফালেটাৰ দেৰ িভতৰৰফােল েবকঁা

    ৰাজীৱ কমুাৰ দ`) (2006 12 13

    কৃপণ (kri.pon, IPA: kɹ ɔ

    অথ�েক মলূ উেeশ� বিুল ভবা আI অথ� ব�য় কিৰবৈল টান েপাৱা ব�ি8

    03

    .

    (িৱিCৰ ব�াখ�া সুfC Oপত দািঙ ধিৰবৈল -অিভধানখনত ব�াখ�া\ক উদাহৰণ িহচােপ

    ব=সংখ�ক িচRৰ সংেযাজন কিৰেছ। িচRৰ উপ9াপেন (িৱিCৰ অিভে(ত অথ� আয়` কিৰবৈল সহায়ক

    ৈহ পিৰেছ। অিভধানখনত িবেশষৈক জীৱ-জ4, চৰাই, গছ- গছিন, ফল- মলূ, আধুিনক সা- সৰgাম

    আিদ (ায় সকেলা েHRৰ শ?ৰ বােবই িচR সংেযাজন কিৰেছ।

  • 226 ।। ষ� অধ�ায়

    .

    (িৱিC িহচােপ অBভ�ু8 কৰা মলূ শ?েটাৰ আন সমাথ�ক বা অিভধানত সংেযািজত উ`ৰ-

    পূবৰ অন�ান� ভাষাৰ (িতশ?েবাৰক বিুল অথ�ৰ ব�াখ�াৰ িপছেতই

    উে'খ কিৰেছ। উে'খেযাগ� েয সমাথ�ক বা (িতশ? Oেপ অBভ�ু8 কৰা এই শ?সমূহক িবেশষ

    িলংেকেৰ এেনদেৰ সেজাৱা ৈহেছ েয েসইেবাৰত িhক কিৰেলই (িৱিC িহচােপ েসইেবাৰক চাব পািৰ।

    অিভধানখনত িযমান দৰূ সiৱ সমাথ�ক আI আন ভাষাৰ (িতশ?েবাৰ সংেযাজন কিৰেছ। েযেন—

    মা (

    গভ�ধাৰণ কিৰ এটা িশjক জk িদয়া বা লালন- পালন কৰা এগৰাকী নাৰী

    03

    English: mother (ˈməðə মাডাৰ), mom (ˈmɑm;মম), mammy (ˈmæmiː;মািম),

    আই ( মাত ৃ ( জননী ( জkদাRী ( মাতা

    ( অUালা ( অUা ( মাও ( জনিয়Rী ( , জিনকা

    ( (জািয়নী ( (জিনকা ( েবৗটী ( মাতকৃা

    (

    �बमा, आई,

    অও

    माँ, माता, जननी,

    মা, আয়া,

    Tiwa: ma’,

    মা

  • ভাষাৰ অিভধান।। 227

    ৰ �থমেটা সং�ৰণ (version1.0) অসমীয়া ছফটেৱৰ �ক�ই

    ২০১০ চনৰ এি�ল মাহত মকুিল কেৰ। অিভধানখনৰ ি&তীয়েটা সং�ৰণ (version2.0) মকুিল কেৰ

    ২০১১ চনৰ মাচ' মাহত। এই অিভধানখনৰ মুখ( স)াদক ৈহেছ অিনল ব-ৱা।

    �ায় দহ বছৰীয়া পিৰ/েমেৰ �0ত কৰা এই অিভধানখনৰ িবষেয় সামি1ক পিৰক�ক তথা

    মুখ( স)াদক অিনল ব-ৱাই ৈকেছ—

    বত'মানৰ 2ত কািৰকৰী যুগত েলখক- েলিখকাই ব(ৱহাৰ কৰা জিটল শ8

    এেকাটাৰ বােব মিু9ত অিভধানেবাৰৰ দেৰ বহৃৎ কেলৱৰৰ পুিথৰ সহায় েলাৱােটা

  • 228 ।। ষS অধ(ায়

    এটা আখৰ িলিখ িদেল েসই আখেৰেৰ আৰ= েহাৱা শ8েবাৰ ৱড' িডছে_ ব`ত ওলায় আ-

    েসইেবাৰৰ পৰা এটা শ8 িনব'াচন কিৰ িaক কিৰেল তলৰ িমিনং ব`ত �িৱিbৰ অথ'ৰ ব(াখ(া ওলায়।

    আেকৗ অিভধানৰ মলূ পৃSাৰ েটবেতই িড`নাৰী ছাছ' বিুল েবেলগ এটা সিুবধাও সংেযাজন কিৰেছ।

    মলূ অিভধান পৃSা িশতানত এেকাটা শ8ৰ অথ' ছাছ' কিৰ েচাৱাৰ িবপৰীেত এই িশতানত

    বণ'ানুdিমকভােৱ সজাই েথাৱা শ8েবাৰ - বটুামৰ জিৰয়েত এটা এটা শ8ৈক আ-

    - ৰ সহায়ত এটা এটা পৃSাৈক অথ'সহ চাব পািৰ।

    অসমীয়া ছফটেৱৰ অিভধানখনৰ গাথঁিনক িদশৰ িবচাৰ কিৰবৈল যাওেঁত অিভধানখনত

    অWভ'ুC কৰা �িৱিbসমহূত �দান কৰা তথ(সমহূৰ আেলাচনা কিৰব লািগব। সাধাৰণেত অিভধানখনৰ

    �িৱিb এটাৰ লগত সংেযািজত তথ(সমহূ ৈহেছ— শ8ৰ dম, আখৰ েজাঁটিন, ব(াকৰণগত সে=দ,

    অথ'ৰ ব(াখ(া আ- উদাহৰণ।

    অিভধানখনৰ �িৱিbসমহূৰ শ8dম বণ'ানুdিমকভােৱ সজাইেছ। অিভধানখনত সিQিৱb

    বণ'মালাখন ৈহেছ—

    অ আ ই ঈ

    উ ঊ ঋএ ঐ ও ঔক খ গ ঘ ঙচ ছ জ ঝ ঞট ঠ ড ঢ ণত থ দ ধ নপ ফ ব ভ ময ৰ ল ৱশ ষ স হO ড় ঢ় য়ৎ

    অিভধানখনত বণ'ানুdমৰ েOEত েদখা ৈবিশb(সমহূ ৈহেছ-

    ক) অনুZাৰ, িবসগ' আ- চoিবpুক Zৰবণ'ৰ িপছেত অWভ'ুC কিৰেছ। েযেন—

    (অ-ঔ), , ,

  • অিভধানতq আ- অসমীয়া ভাষাৰ অিভধান।। 229

    অএ

    ...

    অঃ

    খ) অিভধানখনৰ শ8dম সজাওঁেত ড়, ঢ়, য় বণ'ক O- ৰ িপছতেহ অWভ'ুC কিৰেছ। েযেন—

    হ, O, ড,় ঢ়

    ....

    শ8dমৰ লগেত অিভধানখনত �িৱিb িলখনৰ েOEত এেকধৰেণ উtািৰত আ- িলিখত

    একািধক অথ'যুC শ8েবাৰক এেকটা �িৱিbেত অWভ'ুC কিৰেছ। উদাহৰণZuেপ,

    িব. কায'; �েয়াজন (েযেন- েমাৰ ইয়াত েকােনা কাম নাই); কােপাৰ, কাঠ, বাঁহ,

    ধাতু আিদৰ ওপৰত তাতৈক েদিখবৈল ধুনীয়া ব0 লগাই অলংকতৃ কৰা কায'; েসাণ-

    uপ আিদ খেটাৱা কায'; মৃতকৰ উেvেশ( পতা শৰাধ; েযৗন সে=াগৰ ইwা।

    িব ভিৰ; (ব0ৰ) েগাট (েযেন— এপদ অলংকাৰ); ছpত িলখা কথা; িবভিCযুC শ8

    বা ধাতু; কায'িনব'াহ কিৰ থকা বাব (েযেন— মxী পদ)।

    ত ব(ৱyত েহাৱা আখৰ েজাঁটিনৰ সাধাৰণ ৈবিশb(সমহূ ৈহেছ—

    ক) েৰফযুC ি&z ব([নৰ একাকী uপেহ ব(ৱহাৰ কিৰেছ। েযেন— কম', কায', ৈধয', পব'ত

    ইত(ািদ।

  • 230 ।। ষS অধ(ায়

    খ) ‘ঙ’ৰ লগত যুC ক- বগ'ৰ চািৰওটা বণ' (ক খ গ আ- ঘ)- ৰ যুCাOৰ {, |, }, ~- ৰ

    সলিন অনুZাৰৰ ব(ৱহাৰ কিৰেছ। েযেন— অংক, অংগ, পাংখা, সংঘ ইত(ািদ।

    গ) িবেদশী ভাষাৰ শ8 িবেশষৈক ইংৰাজী ভাষাৰ শ8 িলপ(Wৰৰ েOEত ৱাহাটী

    িবRিবদ(ালয় পাঠ( পুিথ �ণয়ন সিমিতৰ িনেদ'শাৱলী সমহূেকই �ায় মািন চলা েদখা ৈগেছ।

    েযেন— ডাইন’ছৰ, ডাইনামাইট, ডাইিনং েটবলু, ডাইেনিমক, ডাইেৰিৰ ইত(ািদ। অৱেশ(

    জানুৱাৰী, েফৱাৰী আিদত ঈ- কাৰ �েয়াগ ৈহেছ।

    অিভধানখনত অWভ'ুC েহাৱা �িতেটা �িৱিbেৰই ব(াকৰণগত সে=দ �দান কিৰেছ।

    সংিOকতৃ uপত �দান কৰা এই ব(াকৰণগত সে=দেবাৰ ৈহেছ—

    উপস. উপসগ'

    উপস. সমুখ, ঘাই, ওচৰ আিদ অথ' বেুজাৱা উপসগ' (েযেন— অিভ-িচ, অিভশাপ

    আিদ)।

    িব. িবেশষ(

    িব. পূজাৰ বােব েকােনা েদৱ- েদৱীক অসময়ত আান জেনাৱা কায'।

    িবণ. িবেশষণ

    িবণ. ৰািগয়াল ব0 েখাৱা মানুহৰ দেৰ ম েহাৱা; িকহবাত ৰত ৈহ িনজেক

    পাহিৰ উEাৱল েহাৱা।

    সব'. সব'নাম

    সব'. েকান ঠাইৰ (� সিুধবৈল ব(ৱyত হয়, েযেন— ক’ৰপৰা আিহলা?)।

    িd. িবণ. িdয়া িবেশষণ

    িd. িবণ. েকােনা ঠাইেতই (েনিতবাচক অথ'ত ব(ৱহাৰ হয়)।

    ধা. ধাতু

    ধা. আঁক টান; েকােনা শ8 বা বাক(ক িবেশষভােৱ বজুাবৈল শ8ৰ তল অংশত আচঁ

    টান; আকঁ- বাঁক ক।

    অনুu. অনুuপ শ8

    অনুu. চকু আ- মুখ এেকলেগ; মুখমVল।

  • অিভধানতq আ- অসমীয়া ভাষাৰ অিভধান।। 231

    অনুক. অনুকাৰ শ8

    অনুক. দাঁেতেৰ টান ব0 েচাবােল বা খঙত েয়াপািৰ দাঁত কৰিচেল েযেন

    শ8 হয় েতেন শ8।

    অব(. অব(য়

    অব(. েখদ অনুতাপ আিদ সেূচাৱা মাত বা শ8- িবেশষ।

    অিভধানখনত অথ'ৰ ব(াখ(া েকৱল অসমীয়া ভাষাত �দান কিৰেছ। অথ'ৰ ব(াখ(াসমহূ

    �িতশ8, সংা আ- বণ'নাৰ মাধ(েমেৰ �দান কিৰেছ।

    উদাহৰণZuেপ—

    �িতশ8

    িব. জহুাল; চলুা; ভাতী; আখল; যকুV; জইু েলাৱা ঠাই- িবেশষ।

    িব লানা; িতৰ�াৰ; ভৎস'না।

    সংা

    িব. খাচী মিহলাসকেল আঠঁৈুল ঢাক খাই থকাৈক কঁকালত েমিৰয়াই িপা

    ব- িবেশষ।

    িব. তলা ব আ- খুিলব পৰা যতন; জন বা জনী (িনpাথ'ত, েযেন— এই

    কাঠী বৰ চৰা); কাঠ, বাহঁ আিদ ফািল কৰা দীঘল লাহী েচেপটা বা েগাটা

    শলা; তাতঁত ফলু বােছাঁেত ব(ৱহাৰ কৰা িমিহ শিল।

    িব. বছৰ. বষ'; (েকােনা েকেলVাৰ মেত) বছৰৰ �থম মাহৰপৰা েশষ মাহ

    পয'W সময়; সাধাৰণভােৱ এক জানুৱাৰীৰপৰা একিEছ িডেচ\ৰৈলেক

    িদনেবাৰৰ সমিb; মাছ ধৰা জালৰ ৰছী।

    ব(াখ(ামলূক

    িবণ. যাৰ েসৗভাগ( নb ৈহেছ; িব. লাচকিচ শাকৰ িনিচনা এিবধ স- গছ

    (ইয়াৰ িট বতাহপূণ' এটা েফােঁপালা বাহৰ িভতৰত থােক আ- তাক স-

    ল’ৰা- েছাৱালীেয় কপালত খুpা মািৰ ফুটুৱাই েধমািল কেৰ)।

    িব. িয শাসনতxত এক চৰম েগাSীেয় শাসন চলায় আ- েতওেঁলােক

    ঈRৰৰ �িতিনিধ িহচােপ �জাৰ ওপৰত চৰম �ভুz বজাই ৰািখব িবচােৰ।

  • 232 ।। ষ� অধ�ায়

    এইেবাৰৰ উপিৰও অিভধানখনত �েয়াজন সােপে� েকতেবাৰ �িৱি�ত উদাহৰণ আ"

    উৎসৰ িনেদ$েশা �দান কৰা েদখা ৈগেছ। উদাহৰণসমূহ ব�াখ�াৰ ব,নীৰ িভতৰত �দান কিৰেছ।

    েযেন—

    ধা. িনম$াণ কৰ; িবেশষ উে0শ� আগত ৰািখ একািধক েলাক একি2ত হ বা

    সংঘব5 হ (েযেন— দল গঠন কৰ)।

    উৎসৰ িনেদ$শৰ বােব িবেশষৈক পুৰিণ অসমীয়া, িমিছং, কািব$, বেড়া, ৰাভা আিদ ভাষাৰ

    েকতেবাৰ শ>ৰ মলূ িনেদ$শৰ বােব িশতান শ>ৰ িঠক পাছেতই স" ব,নীৰ িভতৰত তাক িনেদ$শ

    কিৰেছ। েযেন—

    িব. ?াগতম; নম@াৰ। ইত�ািদ।

    ব�ৱহাৰকেৰাঁতাৰ হাতপিুথ।" Dৱাহাটী: অসমীয়া ছফটেৱৰ �কH, মাচ$ ২০১১ । মিুMত।